প্ৰথম অসমীয়া আধুনিক গীত । গছে গছে পাতি দিলে । ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা ।

প্ৰথম অসমীয়া আধুনিক গীত । ॥গছে গছে পাতি দিলে ॥ জ্যোতি প্ৰসাদ আগৰৱালা । 🙏🇮🇳 #অসম #ভাৰত
প্ৰথম অসমীয়া আধুনিক গীত । গছে গছে পাতি দিলে । ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা ।🙏
~গছে গছে পাতি দিলে~
      🍃🍃🍃
গছে গছে পাতি দিলে
ফুলৰে শৰাই
(ৰাম ৰাম )
কলিয়া ভোমোৰা
গুঞ্জৰি আহে
গোন্ধকে ধিয়াই
(ৰাম ৰাম )
কোনে গোলাপী সখীক
এনে হাঁহি দিলে
ৰূপতে ৰাঙে চৰাই...
ওৰণি তলতে
পৰিমল ৰেণু
উৰুৱাই পৱনে
দিলে বিলাই ৷৷
#JyotiSangeet #JyotiPrasadAgarwala #Memories

Comments

Popular posts from this blog

श्री हनुमान चालीसा 🌺🙏| Shree Hanuman Chalisa Original Video |🙏🌺| GULSHAN KUMAR | HARIHARAN |Full HD

Musk To Meet Netanyahu Over X Antisemitism

বন্ধু চলো আমরাও যাই #teamprotap #rainow #jangle